• Open Daily: 10am - 10pm
    Alley-side Pickup: 10am - 7pm

    3038 Hennepin Ave Minneapolis, MN
    612-822-4611

Open Daily: 10am - 10pm | Alley-side Pickup: 10am - 7pm
3038 Hennepin Ave Minneapolis, MN
612-822-4611
Assamer O Aa K Kha

Assamer O Aa K Kha

Paperback

General Poetry

Publisher Price: $9.00

ISBN10: 9370090088
ISBN13: 9789370090088
Publisher: Ukiyoto Publishing
Published: Apr 4 2025
Pages: 106
Weight: 0.34
Height: 0.25 Width: 6.00 Depth: 9.00
Language: Assamese

ইংৰাজী মাধ্যমৰ ব্যাপক প্ৰসাৰ হোৱাৰ ফলত বহুতো কাৰ নোহোৱা অসমীয়া শব্দ এতিয়া কেৱল হেমকোষৰ পাতত। হয়তো কিছুবছৰ পাচত নৱ প্ৰজন্মই এই শব্দবোৰ যে অসমীয়া শব্দ আছিল গমেই নাপাব। অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে যদিও অসমীয়া ভাষাক জীয়াই ৰাখি ইয়াৰ প্ৰসাৰ প্ৰচাৰৰ বাবে মামৰে ধৰা শব্দবোৰ পুনৰ ঘঁহি পিহি ব্যৱহাৰ কৰিব লাগিব। ক্ষণিকৰ উৎসাহে অসমীয়া ভাষাক বিশ্ব স্তৰলৈ লৈ যাব নোৱাৰে। বিহু, ঝুমুৰ বা মৈদামক লৈ যি প্ৰচাৰ বা বতাহ বলিছে, একেই বতাহ কামৰ জৰিয়তে, সাহিত্য চৰ্চাৰ জৰিয়তেহে ভাষাৰ ক্ষেত্ৰত হব পাৰিব। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱৰ কৰতল কমল কবিতাৰ আৰ্হিত কোনো কাৰ, যুক্তাক্ষৰ নোহোৱাকৈ লিখা অসমৰ অ-আ ক-খ মোৰ পঞ্চম খন কাব্য গ্ৰন্থ।

Also from

Devajit Bhuyan

Also in

General Poetry