• Open Daily: 10am - 10pm
    Alley-side Pickup: 10am - 7pm

    3038 Hennepin Ave Minneapolis, MN
    612-822-4611

Open Daily: 10am - 10pm | Alley-side Pickup: 10am - 7pm
3038 Hennepin Ave Minneapolis, MN
612-822-4611
আৰোগ্যকাৰী মেকুৰীটো: Assamese Edition of T

আৰোগ্যকাৰী মেকুৰীটো: Assamese Edition of T

Hardcover

AnimalsGeneral Juvenile FictionScience & Nature

Publisher Price: $28.50

ISBN10: 952357163X
ISBN13: 9789523571631
Publisher: Wickwick Ltd
Published: Aug 11 2019
Pages: 46
Weight: 0.84
Height: 0.25 Width: 8.00 Depth: 10.00
Language: Assamese

Celesse, the healer cat, is a highly respected member of the neighborhood. As the mistress's favorite cat, she spends lazy days in the warmth of the house.
One snowy night a mother hare rushes in, desperate for help. Reluctantly, the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest, Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while.
---
ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷
কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি, অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ'ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ'ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ'ল৷
যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল, তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷

Also in

Animals