Sabyasachira Sabda
Paperback
ISBN13: 9781645606680
Publisher: Black Eagle Books
Published: Apr 14 2025
Pages: 86
Weight: 0.24
Height: 0.21 Width: 5.50 Depth: 8.50
Language: Assamese
'সব্যসাচীৰ শব্দ' সংকলনটি কবি অতনু সব্যসাচীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, সামাজিক কর্মৰ মাজত দেউতাকৰ অতুলনীয় অৱদান, আনন্দ-প্ৰেম আৰু বিষাদ, মাতৃক হেৰোৱাৰ বেদনা, পার্থিৱ প্ৰেমৰ সমান্তৰালকৈ অদৃশ্যৰ ইংগিত, গভীৰ অনুভূতি তথা সমাজত পৰিৱর্তন আনিব পৰাকৈ কিছুমান দূৰদৃষ্টিসম্পন্ন চিন্তাধাৰাৰ এটি সুন্দৰ স্বৰলিপি ৷ গ্ৰাম্য জীৱনৰ মধুৰ স্মৃতিত আত্মগোপন কৰি থকা চিত্ৰোৎপলা নদীৰ পৰা আৰম্ভ কৰি গৌতম বুদ্ধ, মহাত্মা গান্ধী, ৰামকৃষ্ণ পৰমহংস, জাতিৰ শ্বহীদগণ, কৃষক সমাজ, গোমাতা, আব্দুল কালামৰ অৱদান তথা সমাজত অৱহেলিত ভোকাতুৰ বেলুনবেচা অসহায় ছোৱালীজনীৰ অধিকাৰলৈকে, ইহলোক-পৰলোকৰ ধাৰণা, জীৱনৰ উদ্দেশ্য, বিবেকৰ আহ্বান আৰু কর্মময় জীৱনৰ মধুৰ আনন্দ তথা অন্তিমযাত্ৰাৰ আহ্বানৰ সংমিশ্ৰণে- গোটেইখিনি কবিৰ লিখনীত ভিন্নস্বাদৰ পৰিচয়ক তুলি ধৰিছে ৷
1 different editions
Also available
Also from
Sabyasachi, Atanu
Also in
General Poetry
Dante's Vita Nuova, New Edition: A Translation and an Essay
Alighieri, Dante
Pitavy, Francois
Paperback
Autobiography of Red: A Novel in Verse (by the Winner of the Nobel Prize in Literature)
Carson, Anne
Paperback
The Beauty of the Husband: A Fictional Essay in 29 Tangos (by the Winner of the Nobel Prize in Literature)
Carson, Anne
Paperback
Sounding the Seasons Enlarged Edition: One Hundred and Ten Sonnets for the Christian Year
Guite, Malcolm
Paperback
Decreation: Poetry, Essays, Opera (by the Winner of the Nobel Prize in Literature)
Carson, Anne
Paperback
Lao Tzu: Tao Te Ching: A Book about the Way and the Power of the Way
Le Guin, Ursula K.
Lao Tzu
Paperback
